Classifieds
View All
ডিব্ৰুগড় , ২৯ ডিচেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় আৰক্ষী অধীক্ষকে পুলিচ বাহিনীৰ সৈতে ডিব্ৰুগড় শ্বহীদ ভৱনত প্ৰৱেশ কৰি ছাত্ৰ কৰ্মীক প্ৰহাৰ কৰাৰ লগতে শ্বহীদ বেদীত জোতাৰে গচকি জাতীয় শ্বহীদক অপমান কৰাৰ প্ৰতিবাদত আজি থানা চাৰিআলিত বিক্ষোভ কাৰ্য্যসূচী পালন কৰে।
Comments