Classifieds
View All
লখিমপুৰ,৩ জানুৱাৰী ;আহোম জনগোষ্ঠীৰ সক্ৰিয় কৰ্মী , আটাছুৰ উপদেষ্টা,আটাছুৰ প্ৰাক্তন সা:সম্পাদক,প্ৰাক্তন সভাপতি,উন্নয়ন পৰিষদৰ সদস্য , হিটলাৰ দিহিঙীয়াৰ আত্মহনন।আটাছুৰ লখিমপুৰ জিলাৰ কাৰ্য্যালয় চৌহদৰ এটা আছুতীয়া কক্ষত আত্মহনন কৰে নেতাজনে।
মৃতদেহৰ কাষত উদ্ধাৰ হৈছে চুইছাইড নোট আৰু উক্ত .চুইছাইড নোটত নাম উল্লেখ আছে ক্ৰমে মৃদুল কোঁৱৰ,গুণ ফুকন অচ্যুত ফুকনৰ নাম।লগতে নিজ ভাতৃৰ অত্যাচাৰৰ কথাও লিখা আছে চুইচাইড নোটত।হিটলাৰ দিহিঙীয়াৰ আত্মহত্যাই ৰহস্যৰ সৃষ্টি কৰিছে লখিমপুৰত।ইতিমধ্যে
মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে লখিমপুৰ আৰক্ষীয় ।
Comments