Cartoon
View Older
গুৱাহাটী, ৭ জানুৱাৰীঃ কৰিমগঞ্জৰ পাথাৰকান্দি চক্ৰৰ দোহালিয়া শিবিৰত প্ৰায় ১৬ জন সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) জোৱান বৃহস্পতিবাৰে ক'ভিড পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হয়। জোৱানসকলক চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়ৰ ক'ভিড ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে।
ইপিনে, সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে অতিৰিক্ত ৪৫ জন জোৱানক কোৱৰেন্টিনত ৰখা হৈছে।
Comments