Cartoon
View Older
গুৱাহাটী, ৮ জানুৱাৰীঃসৰ্তকতামূলক তৃতীয় পালি ক'ভিড ভেকছিন ল'বৰ বাবে নতুনকৈ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নাই। ভাৰত চৰকাৰে অহা ১০ জানুৱাৰীৰ পৰা স্বাস্থ্যকৰ্মী, সন্মুখসমৰত অৱৰ্তীণ কৰ্মী আৰু ৬০ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকৰ বাবে সৰ্তকতামূলক তৃতীয় পালি ক'ভিড ছিটাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব।
তৃতীয় পালি ভেকছিনৰ প্ৰকাৰ আগৰ দুয়োটা পালিৰ সৈতে একে হ'ব অৰ্থাৎ আগতে ক'ভাক্সিন লোৱা সকলে তৃতীয় পালিও ক'ভাক্সিন ল'ব লাগিব আৰু আগতে ক'ভিশ্বিল্ড লোৱা সকলে আকৌ ক'ভিশ্বিল্ড ল'ব লাগিব।
Comments