Cartoon
View Older
গুৱাহাটী, ১২ জানুৱাৰীঃ ডুবাই সোণৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত আৰু ইয়াত বহুতো সোণৰ দোকান আছে। ঠিক তেনেদৰে যেতিয়া গ্ৰাহক এজনে এনে এখন সোণৰ দোকানলৈ গৈ আটাইতকৈ দামী বস্তুটোৰ বিষয়ে সুধিছিল, তেতিয়া দোকানৰ কৰ্মচাৰীয়ে গ্ৰাহকজনক একন সোণৰ স্কার্ফ দেখুৱাইছিল। এই স্কার্ফখনৰ মূল্য ভাৰতীয় হিচাপত এক কোটি টকা।
দৰাচলতে, গ্ৰাহকজনে সোণৰ দোকানখনৰ বিক্ৰেতাক আটাইতকৈ ব্যয়বহুল বস্তুটোৰ বিষয়ে শুধাত আবু নামৰ বিক্ৰেতাজনে কৈছিল, "মোৰ দোকানত ব্যয়বহুল বস্তু হিচাপে কিনিবলৈ আধা টন সোণ উপলব্ধ কিন্তু ইয়াতকৈও বেছি ব্যয়বহুল সামগ্রী হৈছে এই সোণৰ স্কার্ফখন।"
Comments