Classifieds
View All
গুৱাহাটী, ১৫ জানুৱাৰীঃ শনিবাৰে মালিগাওঁ-পাণ্ডু পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাত এজন লোক ঘটনাস্থলীতে নিহত হয়। মৃত ব্যক্তিজনক পাণ্ডুৰ বাসিন্দা মুনিন বৰা বুলি চিনাক্ত কৰা হৈছে।
গুৱাহাটীৰ পাণ্ডুত ৰিক্সাচালক হিচাপে জীৱন যাপ ন কৰা মুনিন বৰা এখন চিটি বাছৰ খুন্দাৰ ফলত নিহত হয়। দুৰ্ঘটনাটো সংঘটিত কৰা চিটি বাছখনৰ নম্বৰ হৈছে এ এছ ২৫ ডি চি ৬৩৯৪।
Comments