Cartoon
View Older
গুৱাহাটী, ১৮ জুনঃ ৰেল সুৰক্ষা বাহিনী (আৰ পি এফ) আৰু চৰকাৰী ৰেল আৰক্ষীয়ে (জি আৰ পি) আজি পুৱা এক যুটিয়া অভিযানত গুৱাহাটী ৰেল ষ্টেচনত আগৰতলাৰ পৰা নতুন দিল্লী গামী তেজাছ এক্মপ্ৰেচ ৰেল খনৰ এক নম্বৰ ডবাৰ পৰা ৫৫ কেজি নিষিদ্ধ ভাং জব্দ কৰে।
Comments