Classifieds
View All
জগদু ৱাৰ ২৩ জানুৱাৰীঃ টীয়ক চাহ বাগিচাৰ হাতখোলাত চাহ শ্ৰমিকৰ বাসগৃহত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । জুইত জাহ যায় সুভ্ৰদা মাহিলি নামৰ শ্ৰমিক গৰাকীৰ বাহগৃহটো।অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই ।
ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বহিনীয়ে নিৰ্বাপিত কৰে জুই । অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো লোক নাছিল।স্থানীয় ৰাইজে জুই দেখি ততাতৈয়াকৈ আৰক্ষী তথা অগ্নিনিৰ্ব্বাপক বাহিনীক খবৰ দিয়ে।অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে জ্বলি চাৰ খাৰ হৈ পৰে ঘৰটো।
Comments