Classifieds
View All
গুৱাহাটী, ২৩ জানুৱাৰীঃ কেয়াৰ য়ু ৩৬৫(Care u 365) তথা ৰাউণ্ড টেবল ইণ্ডিয়া এৰিয়াৰ উদ্যোগত আজি গুৱাহাটীত অন্ধ ক্ৰিকেট টুৰ্ণামেণ্ত অনুষ্ঠিত হয়।
ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ১৪ জন খেলুৱৈয়ে যোগদান কৰে। ক্ৰমে ৰাজদীপ ডাকুৱা আৰু মনজিৎ চৌধুৰীক কেপ্তেইন হিচাপে লৈ দুটা দল গঠন কৰা হয়।
১২ অ’ভাৰৰ খেলখনত ৰাজদীপ ডাকুৱাৰ দলে ৭ ৱিকেটত বিজয় সাব্যস্ত কৰে।
উৎসঃ এ আই আৰ নিউজ
Comments