গুৱাহাটী, ২১ জানুৱাৰীঃ অসম আৰক্ষীৰ বিভিন্ন পদৰ শাৰীৰিক মানক পৰীক্ষা আৰু শাৰীৰিক দক্ষতাত উত্তীৰ্ণ ৯,১৭১ গৰাকী প্ৰাৰ্থীৰ সাধাৰণ লিখিত পৰীক্ষাৰ তাৰিখ মুকলি কৰা হৈছে।
May 29, 2022
Comments