Classifieds
View All
গুৱাহাটী, জানুৱাৰী ২২: অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে হোৱা সীমা মীমাংসাৰ সমাধানৰ বাবদ ৬খন ঠাইৰ বিতৰ্কিত ভূমিৰ আধা খিনিয়েই মেঘালয়ক এৰি দিয়াত ক্ষুন্ন হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্যসকলে আজি ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে৷
Comments