Classifieds
View All
গুৱাহাটী, ২৭ জানুৱাৰীঃসশস্ত্ৰ পন্থা এৰি মূল সূঁতিলৈ উভতিব পুনৰ দুটাকৈ বিদ্ৰোহী সংগঠন।আজি অস্ত্ৰ সম্বৰণ কৰিব তিৱা লিবাৰেশ্যন আৰ্মীৰ লগতে ইউনাইটেড গোৰ্খা পিপলছ অৰ্গেনাইজেশ্যনৰ সদস্যই।কলাক্ষেত্রত মুখ্যমন্ত্রীৰ উপস্থিতিত অনুষ্ঠিত হ’ব অস্ত্র সমৰ্পণ কাৰ্যসূচী।মূলসুঁতিলৈ উভতি অহাসকললৈ এককালীন বিত্তীয় অনুদান দিয়া হ'ব।
Comments