Classifieds
View All
গুৱাহাটী, ২৭ জানুৱাৰীঃ অসমৰ ডিমাচা সম্প্ৰদায়ৰ লোকসকলে আজি পবিত্র বুছু ডিমা উৎসৱ পালন কৰিছে। এই উপলক্ষে অসমৰ মুখ্যমন্ত্রী ড. হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ ওলগ জনাইছে।
এই উৎসৱে সমন্বয়ৰ বাৰ্তাৰে অসমৰ জাউতিযুগীয়া কৃষ্টি-সংস্কৃতিৰ লগতে ঐক্য-সম্প্রীতিৰ এনাজৰীডাল সুদৃঢ় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে।
উৎসঃ এ আই আৰ নিউজ
Comments