গুৱাহাটী, ২৭ জানুৱাৰীঃ নগাওঁ জিলাৰ ছাত্ৰনেতা কীৰ্তিকমল বৰালৈ অসম আৰক্ষীৰ লোকে কৰা গুলীচালনাৰ ঘটনাৰ গৰিহণা দি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই অন্যান্য সদস্য সকলৰ সৈতে আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে।
May 23, 2022
Comments