Classifieds
View All
গুৱাহাটী, ২৫ জানুৱাৰীঃ অসমত বিগত ২৪ ঘন্টাত ৫,৯০২ জন লোক নতুনকৈ ক'ভিডত আক্রান্ত হয়। বৰ্তমান ৰাজ্যখনৰ ক'ভিড পজিটিভ ৰোগীৰ হাৰ ১০.৪২ শতাংশ।
বিগত ২৪ ঘণ্টাত কৰা ৰাজ্যখনত সম্পন্ন হোৱা মুঠ ৫৬,৫১৯ টা ক'ভিড পৰীক্ষাৰ ভিতৰত নতুনকৈ আক্রান্ত হোৱা লোকসকল ক্ৰমে কামৰূপ মহানগৰত সৰ্বাধিক ১০৪৪ জন ।
Comments