Classifieds
View All
গুৱাহাটী,৩০ জানুৱাৰী:১৯৭৮ চনত ক্রিছ অ’নিলে অন্তিমবাৰ কোনো অষ্ট্ৰেলিয়ান হিচাবে অষ্ট্ৰেলিয়ান অপেন জয় কৰিছিল। তাৰ ৪৪ বছৰ পিছত এছলে বার্টিয়ে ফাইনেলত পৰাস্ত কৰে আমেৰিকাৰ ডেনিয়েলে কলিন্সক। ফলাফল বার্টিৰ পক্ষত ৬-৩, ৭-৬ (৭-২)। সমগ্র প্রতিযোগিতাখনত এটিও ছেটত পৰাস্ত নহ’ল বার্টি।
প্রতিযোগিতাৰ আৰম্ভণিৰ পৰাই দুর্দান্ত ছন্দত আছিল বার্টি। শনিবাৰে ৰড লেভাৰ অ্যাৰেনাত ফাইনেলত প্রথমৰ পৰাই বিপক্ষৰ ওপৰত চাপ সৃষ্টি কৰি থাকে তেওঁ।
Comments