Cartoon
View Older
গুৱাহাটী,১১ মে':বয়স যে মাত্ৰ এটা সংখ্যা সেয়া আকৌ প্ৰমাণ কৰিলে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমপ্ৰকাশ চৌটালাই । পঢ়া শুনাৰ ইচ্ছা তেওঁৰ সাধাৰনে আছিল।কিন্তু জীৱনৰ উত্থান-পতনত বিদ্যালয়ৰ সীমা অতিক্ৰম কৰাত ব্যৰ্থ হৈ ৰ’ল চৌটালা।অৱশেষত ৮৭ বছৰ বয়সত দশম আৰু দ্বাদশ পৰীক্ষা দিলে ওমপ্ৰকাশে।
কেৱল সেয়াই নহয়, ইংৰাজীত তেওঁৰ নম্বৰ ১০০ ৰ ভিতৰত ৮৮ লাভ কৰিছে ! প্ৰাক্তন মুখ্যমন্ত্ৰীজনে আন বিষয়তো ভাল প্ৰদৰ্শন কৰিছে।এই ঘটনাই এতিয়া হাৰিয়ানাৰ লগতে সমগ্ৰ দেশকে অনুপ্ৰাণিত কৰিছে। ওমপ্ৰকাশক বহুতে এই সফলতাৰ বাবে আদৰণি জনাইছিল।
Comments