Classifieds
View All
তিনিচুকীয়া:১৪ মেঃ তিনিচুকীয়াৰ কচুজান আঞ্চলিক ৰঙালী বিহু সন্মিলনখন আজি এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । বৃহত্তৰ কচুজান উন্নয়ন সমিতিৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনত আজি পুৱা পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি ৰঞ্জিত বৰ্মনে ।
ছহিদ তৰ্পণ কৰে ভূৱন সিং দহোটীয়াই । আজিৰ বিহু মঞ্চতে অঞ্চলটোৰ ২২ গৰাকী বয়োজ্যেষ্ঠ পুৰুষ আৰু ১৪ গৰাকী জ্যেষ্ঠ মহিলাক উদযাপন সমিতিয়ে সম্বৰ্ধনা জনায় । টেকেলী ভঙা,মিউজিক চেয়াৰ,চিত্ৰাংকন আদি প্ৰতিযোগিতাৰ লগতে বিহু নাম আৰু বিহু নাচ প্ৰতিযোগিতাও অনুষ্ঠিত কৰে ।
Comments