Classifieds
View All
গুৱাহাটী, ১৪ মেঃঅসমৰ বাবে দুখৰ খবৰ।বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ।২০২১ চনৰ টকিঅ' অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাই তুৰস্কৰ ইষ্টানবুলত চলি থকা IBA বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছে।
IBA স্বীকৃতি প্ৰাপ্ত Fair Chance Team (FCT) ৰ খেলুৱৈ কিনডি নাগামবা ডিজেনকেউৰ হাতত ৪-১ পইন্টত পৰাস্ত হয় লাভলীনা বৰগোঁহাই।উল্লেখ্য যে, লাভলীনা বৰগোঁহাই পৰাস্ত হৈছে যদিও এতিয়াও IBA বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত বৰ্তী আছে অসমৰ আন গৰাকী সফল মহিলা বক্সাৰ অংকুশিতা বড়ো।
Comments