Classifieds
View All
গুৱাহাটী, ১৭ মেঃ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতিয়ে মঙলবাৰে গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক ষ্টাফ কলেজত গ্ৰাম্য উন্নয়ন সম্পৰ্কীয় উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে এক আঞ্চলিক সন্মিলনত মিলিত হয়।
Comments