Classifieds
View All
গুৱাহাটী, ২০ মেঃগুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়ালে ঘৰৰ গৰাকীক।ধৰণী ডেকা নামৰ ভাড়াতীয়া লোকজনে ঘপিয়ালে মালিকক।ভাৰাতীয়াৰ দাৰ আক্ৰমণত মৃত্যু হ'ল মালিকৰ।জাপৰিগোগ কৃষ্ণ নগৰৰ বিক্ৰমপুৰত ঘটিল এই হিংসাত্মক ঘটনা।
ঘাতক ধৰণী ডেকাই দিছপুৰ থানাত আত্মসমৰ্পণ কৰাৰ পাছত গ্ৰেপ্তাৰ কৰিছে।ঘৰৰ মালিক হেমধৰ বৰুৱাই ধৰণী ডেকাৰ পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।খবৰ অনুসৰি ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত তেওঁলোকে জাপৰিগোগত বাস কৰি থকা ভৱনটোৰ চাদত হত্যাকাণ্ডটো সংঘটিত হৈছিল।মৃতকৰ মৃতদেহটো চাদৰ পৰা উদ্ধাৰ কৰা হৈছিল।
Comments