Classifieds
View All
গুৱাহাটী,২০ মে':মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুকুৰবাৰে নৰ্থ গুৱাহাটীত থকা আইআইটি গুৱাহাটীত আয়োজিত উত্তৰ-পূব গৱেষণা সন্মিলনখন বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ লগতে সন্মিলনখনৰ সৈতে প্ৰদৰ্শিত ষ্টলসমূহৰ প্ৰশংসা কৰে।
Comments