Classifieds
View All
গুৱাহাটী, ২১ মেঃবটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত একাংশ লোকে জ্বলাই দিলে আৰক্ষী থানা।আৰক্ষীক প্ৰহাৰ কৰি ভাঙিলে থানাৰ সম্পত্তি।আৰক্ষীৰ বিৰুদ্ধে ১০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে,থানাৰ চৌহদত এজন লোকৰ মৃত্যুক লৈ এই ঘটনা।মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম।ছফিকুল আছিল মাছৰ ব্যৱসায়ী।পুৱা ব্যৱসায়ীজনক আৰক্ষীয়ে আটক কৰিছিল।ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ আৰম্ভ কৰিছে।
Comments