Classifieds
View All
গুৱাহাটী, ২২ মে’: আজি আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস৷ বহনক্ষম ভৱিষ্যতৰ নিশ্চিতিৰ বাবে বিশ্বৰ জৈৱ বৈচিত্ৰ্য তথা জৈৱ সম্পদ সমূহ নিৰাপদে ৰখাটো প্ৰথম পদক্ষেপ৷ সেয়েহে আজি বিশ্বৰ সকলো পৰিৱেশ সচেতন লোকে জৈৱ বিচিত্ৰতা ৰক্ষাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে৷
Comments