গুৱাহাটী,২৬ মে':অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ ছুদমাৰ্চন হলত আয়োজিত এক অনুষ্ঠানত অমৰ কৃষ্ণ নাৰায়ণক অসম ছাত্ৰ পৰিষদ কটন বিশ্ববিদ্যালয় গোটৰ সভাপতি ৰূপে নিযুক্তি পত্ৰ প্ৰদান কৰে।
July 7, 2022
Comments