Cartoon
View Older
গুৱাহাটী,২৬ মে': আজি গুবাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত ড০ ঊষাৰঞ্জন ভট্টাচাৰ্যৰ লগতে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু আৰু মাইনী মহন্তই সুপৰ্ণা লাহিৰীয়ে লিখা "লাল-সবুজেৰ ঝাৰখণ্ড, তখন আৰ এখন" শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰে।
Comments