Classifieds
View All
গুৱাহাটী,২৬ মে':বৃহস্পতিবাৰে উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত নিহত হোৱা পাকিস্তানৰ তিনিজন লস্কৰ-ই-তৈবা (এল ই টি) সন্ত্ৰাসবাদীকে ধৰি এই বছৰ এতিয়ালৈকে কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে বিভিন্ন গুলীচালনাত মুঠ ২৬ জন বিদেশী সন্ত্ৰাসবাদী নিহত হৈছে।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইট কৰি কয়,"উদ্ধাৰ কৰা আপত্তিজনক সামগ্ৰীৰ পৰা নিহত তিনিজন সন্ত্ৰাসবাদীক পাকিস্তানী বুলি চিনাক্ত কৰা হৈছে, যি সন্ত্ৰাসবাদী সংগঠন এলইটিৰ সৈতে জড়িত। এতিয়ালৈকে, এই বছৰ ২৬ জন বিদেশী সন্ত্ৰাসবাদীক (১৪ জেইএম আৰু ১২ এল ই টি) হত্যা কৰা হৈছে।"
Comments