Classifieds
View All
গুৱাহাটী, ২৭ মে’ - আজি গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কটন বিশ্ব বিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা পদ্মশ্ৰী সন্মান প্ৰাপক বিখ্যাত লিখক ৰংবং তেৰঙলৈ সন্মানীয় ডক্টৰেইট ডিগ্ৰী আগবঢ়োৱা হয়৷
Comments