Classifieds
View All
গুৱাহাটী,২ জুন:আমিৰ খান, আৰ মাধৱন আৰু শৰমন যোশী অভিনীত ছবি “৩ ইডিয়টছ” ৰ দৃশ্যগ্ৰহণ আইআইএম বাংগালোৰত কৰা হৈছিল।
ছবিখনত দেখা বাস্তৱ জীৱনৰ ঠাইসমূহৰ ফটো শেহতীয়াকৈ এজন প্ৰাক্তন ছাত্ৰই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ছাত্ৰজনে ছবিখনৰ স্মৃতিবোৰ এক বিশেষ ধৰণে সতেজ কৰি তুলিছে।
Comments