Classifieds
View All
ডিব্ৰুগড়, ১১ ফেব্ৰুৱাৰী: আছুৰ দখলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা। সভাপতি পদত বিকাশ মিছং,সাধাৰণ সম্পাদক পদত অভিলাষ শইকীয়া, উপসভাপতি পদত পাৰ্থপ্ৰতিম সোণোৱালৰ জয়লাভ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সভাপতি,সম্পাদক,উপ সভাপতি,সহকাৰী সম্পাদককে ধৰি প্ৰায় সকলোবোৰ পদতে আছু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়। আছু প্ৰাৰ্থীৰ হাতত ধৰাশায়ী PNGBCN হোষ্টেলৰ সমৰ্থিত প্ৰায় সকলো প্ৰাৰ্থী।
Comments