গুৱাহাটী,২৮ ফেব্ৰুৱাৰী:সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সকলে গুৱাহাটীৰ প্ৰশান্তি উদ্যানত ২ ঘণ্টাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে, ৰে'লৱেৰ ৫৮ বিঘা ভূমি তিনিজন ব্যৱসায়ীক লীজত দিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ।
July 3, 2022
Comments