Cartoon
View Older
গুৱাহাটী,১৭ জানুৱাৰী:উজনি অসমৰ উচ্চশিক্ষা অন্যতম প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত সভ্য সমাজক লজ্জিত কৰা ৰেগিঙৰ ঘটনা।কনিষ্ঠ ছাত্ৰক ৰেগিং তথা মাৰপিট কৰি দুবছৰ বাবে বহিষ্কাৰ কৰা হ’ল কিংকো শইকীয়াক৷
বিশ্ববিদ্যালয়ৰ কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ আছিল বহিষ্কৃত ছাত্ৰ গৰাকী। জানিব পৰা অনুসৰি বিশ্ববিদ্যালয়ৰ গুৰুপ্ৰসাদ দাস ছাত্ৰ নিবাসত এগৰাকী কনিষ্ঠ ছাত্ৰক ৰেগিং আৰু শাৰীৰিক ভাৱে আক্ৰমণ কৰা অভিযোগ জ্যেষ্ঠ ছাত্ৰ গৰাকী বিৰুদ্ধে।
আনহাতে, পীড়িত ছাত্ৰ গৰাকীৰ অভিযোগৰ ভিত্তিত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দুবছৰ বাবে বহিষ্কাৰ কৰে ছাত্ৰ গৰাকীক।
Comments