Classifieds
View All
গুৱাহাটী, ১৯ মাৰ্চঃ ইউক্রেইনত থকা ভাৰতীয় দূতাবাসে যুদ্ধ বিধবস্ত দেশখনত থকা ভাৰতীয়সকলৰ বাবে পৰামৰ্শৱলী জাৰি কৰিছে। দেশখনত থকা ভাৰতীয় দূতাবাসে কাম-কাজ চলাই আছে আৰু [email protected] এই ই-মেইলযােগে এই দূতাবাসৰ লগত যােগাযােগ স্থাপন কৰিব পাৰিব বুলি জনাইছে৷
ইয়াৰ লগতে দূতাবাসে (@IndiainUkraine) সপ্তাহৰ সাতােদিনৰ ২৪ ঘণ্টাই কার্যক্ষম হৈ থকাকৈ এটা হেল্পলাইন নম্বৰাে মুকলি কৰিছে। এই হেল্পলাইন নম্বৰ কেইটা হ'ল- 380933559958, 919205290802 আৰু 917428022564
উৎসঃ এ আই আৰ নিউজ
Comments