Classifieds
View All
তিনিচুকীয়া: ২৬ মাৰ্চ: ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কয়লা আৰু খনিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৱা কেইবছৰমানৰ পৰা বন্ধ হৈ থকা লিডুৰ টিককস্থিত ক'ল ইণ্ডিয়া লিমিটেডৰ উত্তৰ-পূব কয়লাক্ষেত্ৰৰ কাম আজি পুনৰ আৰম্ভ কৰে।
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ ৰাজহ আৰু প্ৰাকৃতিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ উপৰিও উত্তৰ পূব কয়লা ক্ষেত্ৰৰ বিষয়ববীয়া সকল উপস্থিত আছিল।
Comments