Cartoon
View Older
গুৱাহাটী, ১৩ এপ্রিলঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰচিত এক হিন্দী শীৰ্ষক গীত মুকলি কৰা হয়।
"মহাযোগী হিমন্ত" (Mahayogi Himanta) শীৰ্ষক এই গীতটো শিৱ কুমাৰ বাৰ্মা নামৰ এগৰাকী শিল্পী ৰচনা কৰি উলিয়াইছে। লগতে এই গীতটো মেল'ডিয়াচলি শিৱা (Melodiously Shiva) নামৰ ইউটিউব চেনেলযোগে মুকলি কৰা হয়।
বিজেপি নেতা তথা মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত ৰচিত এই গীতটো পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচার্যই উন্মোচন কৰে।
Comments