Classifieds
View All
গুৱাহাটী,২৫ এপ্ৰিল:অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি আশংকা কৰা হৈছে। এই পৰীক্ষা কালি অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল।পৰীক্ষাৰ শ্বিফ্টৰ সময় ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ২ বজাৰ পৰা আবেলি ৪ বজালৈ।
এই সন্দৰ্ভত এতিয়ালৈকে অসম আৰক্ষীৰ বিভাগীয় কৰ্তৃপক্ষই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই, অৱশ্যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে পৰীক্ষাৰ্থী সকলে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তি বিশ্ব শৰ্মা, অসম আৰক্ষী প্ৰধান ভাস্কৰজ্যোতি মহন্তক গোচৰটোৰ তৎক্ষণাৎ আৰু নিৰপেক্ষ তদন্ত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে।
Comments