Classifieds
View All
গুৱাহাটী, ২৩ এপ্রিলঃ ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ সেনা নায়কসকলক সন্মান জনোৱাৰ উদ্দেশ্যে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত উপস্থিত হোৱাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ ১ নং ৰাজ্যিক অতিথিশালাত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীক আদৰণি জনায়।
Comments