Cartoon
View Older
গুৱাহাটী, ২৭ এপ্ৰিলঃ বুধবাৰে দীঘলীপুখুৰী পাৰত অসম জাতীয় পৰিষদৰ তৰফৰ পৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত অটোচালক, পেঞ্চনাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক, ঠিকাদাৰ, ব্যৱসায়ীআদি কৰি বহুটো লোকে অত্যাবশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।
এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপি চৰকাৰক মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ সজোৰে দাবী জনায়।
Comments