গুৱাহাটী,২৬ এপ্ৰিল:গুৱাহাটীৰ আমবাৰীত অসম টেক্সটাইল ইনষ্টিটিউটৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ তথা অসম টেক্সটাইল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাক সম্বৰ্ধনা জনোৱা হয়।
March 2, 2023
Comments