Cartoon
View Older
জগদদুৱাৰ ২৭ এপ্ৰিল::- টীয়কত নিশা চুৰৰ তাণ্ডৱ । টীয়কত একে নিশাই গুৱাল গাঁৱৰ দুটি নামঘৰ আৰু এটি শিৱ মন্দিৰত চুৰে দান পাত্ৰ ভাঙি টকা লৈ যায় । টীয়কৰ দ গুৱাল গাৱঁৰ নামঘৰৰ মংগল বাৰে শতবৰ্ষ উদযাপনৰ দিহানামৰ অনুষ্ঠান প্ৰায় নিশা ১১ বজালৈ চলি আছিল। কিন্তু পুৱা নামঘৰীয়াই আহি দান পাত্ৰ ভঙা দেখা পায় স্থানীয় টীয়ক আৰক্ষীক খৱৰ দিয়ে।
আনহাতে বাম গুৱাল গাঁৱৰ নামঘৰ আৰু শিৱ মন্দিৰতো চুৰে দানপাত্ৰ ভাঙি টকা লৈ যায় । টীয়ক আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।
Comments