গুৱাহাটী, ৮মে’- ব্ৰাজিলত চলি থকা ডেফলিম্পিকত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল খেলত ভাৰতৰ অভিনৱ দেশ্বৱালে কালি তৃতীয়টো সোণৰ পদক লাভ কৰে। তেওঁ ইউক্ৰেইণৰ অলেক্সি লাজেবনিকক পিছ পেলাই এই পদক জিকিবলৈ সক্ষম হয়।
সৌজন্যঃ এ আই আৰ নিউজ
May 25, 2022
Comments