Classifieds
View All
গুৱাহাটী,৯ মে':কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে গুৱাহাটীত চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্ডিঅ'থোৰাচিক আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তৰ উপস্থিতিত এই কাৰ্য্যসূচী গ্ৰহণ কৰে অমিত শ্বাহে।
Comments