Cartoon
View Older
গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগ ফাইনেলত বিজয়ী হয়। বৃহস্পতিবাৰে নীৰজৰ এই জয়ৰ পিছত, ডায়মণ্ড লীগ মিট খিতাপ অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে বিবেচিত হয়।
নীৰজ চোপ্ৰাই দ্বিতীয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ জেভেলিন থ্ৰ' দলিয়াই প্ৰতিযোগিতাখনত বিজয় সাব্যস্ত কৰি আন এক সফলতা লাভ কৰিবলৈ সক্ষম হয়।
Comments