Cartoon
View Older
গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ উত্তৰাখণ্ডত আই টি বি পি জোৱানৰ বাছ দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত অতি কমেও ১২ গৰাকী জোৱান আহত হোৱাৰ খবৰ পোৱ গৈছে।
টনকপুৰ পিথোৰগড় ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত আহত জোৱানসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
Comments