Cartoon
View Older
গুৱাহাটী,৮ ছেপ্টেম্বৰ:অসমত প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ একত্রীকৰণৰ সিদ্ধান্ত । স্কুল শিক্ষা বিভাগৰূপে পৰিচিত হ’ব একত্রীকৃত নতুন বিভাগ;প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ সকলো কৰ্মচাৰী স্কুল শিক্ষা বিভাগৰ অধীনলৈ যাব ।
এতিয়াৰে পৰা সকলো যোগাযোগ স্কুল শিক্ষা বিভাগৰ নামত কৰাৰ নিৰ্দেশ । প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ সকলো সঞ্চালকালয় স্কুল শিক্ষা বিভাগৰ অধীনস্থ হ’ব ।
Comments