Cartoon
View Older
গুৱাহাটী,২২ ছেপ্টেম্বৰ:স্বনামধন্য চিত্রশিল্পী নীলপৱন বৰুৱা বিগত কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল । স্বাস্থ্যৰ অৱনতি ঘটাত শিল্পীগৰাকীক বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ।
তেওঁ এতিয়া আই.চি.ইউত চিকিৎসকৰ নিৰীক্ষণত আছে । বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে । বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলাই থকা হৈছে ।
Comments