Cartoon
View Older
নলবাৰী,২৩ ছেপ্টেম্বৰঃ কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত বাক্সাত আক্ৰাছুৰ আজি প্ৰতিবাদী কাৰ্যসূচী । ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ । আজি পুৱা আক্ৰাছুৰ বহুসংখ্যক কৰ্মী ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতে বন্ধ হৈ পৰে দোকান , বজাৰ , স্কুল - কলেজ । প্ৰতিবাদী আক্ৰাছু নেতাই কোঁচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰালৈ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে ।
Comments