Cartoon
View Older
গুৱাহাটী,২৫ ছেপ্টেম্বৰ:২০২৪ৰ লোকসভা নিৰ্বাচনত পৰাস্ত হ’ব বিজেপি। বিহাৰৰ পৰা নিঃশেষ হ’ব সম্পূৰ্ণৰূপে। -এই ভৱিষ্যদ্বাণী ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালুপ্ৰসাদ যাদৱৰ।শুকুৰবাৰে পাটনা বিমান বন্দৰত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি লালু প্ৰসাদ যাদৱে কয় যে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপি দল নিঃশেষ হ’ব।
উল্লেখ্য যে, চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত থকা অসুস্থ লালু প্ৰসাদ যাদৱ যোৱা মাহত পাটনালৈ উভতি আহিছিল। সোমবাৰে তেওঁ কিডনী ট্ৰান্সপ্লাণ্টৰ বাবে ছিংগাপুৰলৈ যোৱাৰ সম্ভাৱনা আছে।
Comments