Cartoon
View Older
গুৱাহাটী,২৫ ছেপ্টেম্বৰ:বিতৰ্কৰ অন্ত পেলাই আৰম্ভ হ’ল কংগ্ৰেছৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া।শনিবাৰৰ পৰা আৰম্ভ হোৱা এই মনোনয়ন প্ৰক্ৰিয়া অব্যাহত থাকিব অহা ৩০ ছেপ্টেম্বৰলৈ।
উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি পদৰ বাবে অশোক গেহলটে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা চৰ্চাত আছে।ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ উপৰিও সভাপতি পদৰ বাবে আগ্ৰহী আন এটা বহু চৰ্চিত নাম হ’ল শশী থাৰুৰ।অশোক গেহলট, শশী থাৰুৰৰ ওপৰিও মনীষ তিৱাৰীৰ নামো সভাপতি পদৰ প্ৰত্যাশিত প্ৰাৰ্থীৰ ৰূপত চৰ্চাত আছে।
Comments