Cartoon
View Older
গুৱাহাটী,২৮ ছেপ্টেম্বৰ:আজি ২৪ ঘণ্টীয়া অসম বন্ধৰ ঘোষণা প্ৰাক্তন এনডিএফবি নেতাসকলৰ।ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়কলৈ অসন্তুষ্ট প্ৰাক্তন এনডিএফবি ।উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰাক্তন এনডিএফবি ৱেলফেয়াৰ ছ’চাইটিৰ।প্ৰাক্তন এনডিএফবিৰ অসম বন্ধক সমৰ্থন কেইবাটাও বড়ো সংগঠনৰ।
উল্লেখ্য যে, মঙলবাৰে শুনানিৰ অন্তত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে।৩০/১০ৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।
Comments